Reminder: Your subdomain blocks will be promoted to the domain level in 3 days

Your subdomain blocks will be promoted to the domain level in 3 days read in assamese language

Welcome জনাইছো আৰু এটা নতুন পোষ্টত আজিৰ এইটো পোষ্টত আলোচনা কৰিম যে Google এ পঠোৱা এটা ডাঙৰ সতৰ্ক জাননীৰ বিষয়ে।

আজি ১০/০৩/২০২৩ তাৰিখত সকলো Google Adsense থকা Users-ৰ Gmail Inbox ত এটা Reminder Email আহিছে।

Reminder: Your subdomain blocks will be promoted to the domain level in 3 days

Why I got this Email?

Friends এইটো Email ত উল্লেখ কৰা হৈছে যে, যিসকল লোকে তেওঁলোকৰ Subdomain ত Adsense চলাই আছে তেওঁলোকৰ Subdomain পৰা Google এ Adsense Unlink কৰি দিয়া হব ২০/০৩/২০২৩ পিছত আৰু এই প্ৰক্ৰিয়াটো Google এ স্বয়ংক্ৰিয় ভাৱে কৰিব। Google এ এতিয়া মাত্ৰ Domain Promot কৰিব। 

উদাহৰণ স্বৰূপে example.com ত কোনো সমস্যা নহয় কিন্তু যদি আপুনি subdomain.example.com Adsense ত Link কৰি ৰাখিছে তেন্তে Google এ এইটো বন্ধ কৰিব আৰু আপোনাৰ example.com Domain Level Promot কৰিব।

Will my yourdomain.blogspot.com Close?

Answer :  No problem Google-এ স্পষ্ট কৈ জাৰি কৰিছে যে যিসকলে Google-ৰ subdomain.blogspot.com ত Site চলাই আছে তেওঁলোকৰ কোনো ধৰণৰ সমস্যা নহয়।

Table of Contents

Will my Adsense Account Block?

Answer : No আপোনাৰ Google Adsense Account ৰ একোৱেই সমস্যা নহয়।

আৰু কিবা সমস্যা থাকিলে আমাক জানিবলৈ নাপাহৰিব ধন্যবাদ।

Post a Comment