Welcome back friends আজিৰ এইটো পোষ্টত আলোচনা কৰিম যে কিদৰে আপোনাৰ জব কাৰ্ড হেৰুৱাই গৈছে অথবা জব কাৰ্ডত (NREGA Job Card) কিমান টকা সোমাইছে সম্পূৰ্ণ বিৱৰণ। কেনেকৈ চাব আপোনাৰ জব কাৰ্ডৰ টকা?
Step 1. Website Link : https://nrega.nic.in
Step 2. এতিয়া তলত দেখুওৱা ধৰণে States ত ক্লিক কৰিব।
Step 3. States ত ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ ওলাব তাৰ পৰা আপুনি আপোনাৰ ৰাজ্য (State) Select কৰিব।
Table of Contents
Step 4. এতিয়া নতুন এটা পেজ ওলাব তলত image ত দেখুওৱা ধৰণে ইয়াৰ Transparency & Accountability ৰ পৰা Job Cards ত ক্লিক কৰক।
Step 5. Job Cards ত ক্লিক কৰাৰ পিছত পৰবর্তী পেজত উপলব্ধ Financial Year, District, Block আৰু Panchayat Select কৰি Proceed ত ক্লিক কৰাৰ লগে লগে আপোনাৰ Panchayat ত উপলব্ধ সকলো কেইটা জব কাৰ্ড ওলাব তাত আপোনাৰ নাম বিচাৰি তলত দেখুওৱা ধৰণে Job Card নম্বৰত ক্লিক কৰিলেই আপোনাৰ কাৰ্ড ওলাই যাব।