How To Check Pan Aadhaar Linking Status in Assam

How To Check Pan Aadhaar Linking Status in Assam read in assamese language

Welcome friends আৰু এটা নতুন পোষ্টত আমি আজি এইটো পোষ্টত আলোচনা কৰিম আপোনাৰ Aadhar card আৰু Pan card Link আছে নে নাই। কিয়নো Income Tax Department (ITD) deadline দিছে 31/03/2023 তাৰিখৰ আগত আপোনাৰ Aadhar card আৰু Pan Card লিংক কৰিবই লাগিব। যদি আপুনি নকৰে তেন্তে আপোনাৰ Pan Card Inactive কৰি দিয়া হব।

Table of Contents

কেনেকৈ চাব আপোনাৰ Pan card  আৰু Aadhar card লিংক আছে নে নাই

Website টো open হোৱাৰ পিছত অলপ scroll down কৰি তলত যাব। এতিয়া তলত Image ত দেখুওৱা ধৰণে Link Aadhaar Status box টোত ক্লিক কৰিব। 


Step 2. এতিয়া ক্লিক কৰাৰ লগে লগে আৰু এটা নতুন পেজ ওলাব তাত আপুনাৰ প্ৰথম বাকচত Pan Card নম্বৰ আৰু দ্বিতীয় বাকচত Aadhar Card নম্বৰ দিব আৰু View Link Aadhaar Status ত ক্লিক কৰিলে এটা Pop up আহিব যে আপোনাৰ Pan Card আৰু Aadhar Card লিংক আছে নে নাই। 


আৰু যদি কিবা সমস্যা থাকে তেন্তে তলৰ বিডিও টো চাওক ধন্যবাদ।

Post a Comment