Pradhan Mantri Awas Yojana (PMAY) 2022 23 New list Assam

Pradhan Mantri Awas Yojana (PMAY) 2023 24 New list Assam online check with your mobile phone
Welcome friends আজিৰ এইটো পোষ্টত আলোচনা কৰিম যে কিদৰে আপোনাৰ নামত চৰকাৰী ঘৰ আহিছে নে নাই সেয়া কেনেকৈ check কৰিব।


Step 1. প্ৰথমে visit : https://rhreporting.nic.in

Step 2. এতিয়া তলত দেখুওৱা ধৰণে H. Social Audit Reports পৰা Beneficiary details for verification ত ক্লিক কৰক।

Table of Contents


Step 3. Selection Filters অৰ পৰা তলত Image ত দেখুওৱা ধৰণে ক্ৰমাগত ভাৱে সকলো তথ্য পুনৰ কৰি Captcha Type কৰি Submit Option ত ক্লিক কৰক।


Step 4. শেষলৈ আপোনাৰ Panchayat ত যিমান কেইজনৰ নামত চৰকাৰী ঘৰ আহিছে সকলো লোকৰ নাম থকা এটা ডাঙৰ লিষ্ট ওলাব। এতিয়া সম্পূৰ্ণ লিষ্ট চাবলৈ Download PDF ত ক্লিক কৰিলে আপোনাৰ মোবাইল ফোনত PDF file Download হব  তাৰ পৰা আপুনি আপোনাৰ নাম বিচাৰি উলিয়াব পাৰিব।

আৰু যদি কিবা সমস্যা থাকে তেন্তে তলৰ বিডিও টো চাওক ধন্যবাদ।

Post a Comment