How to Make Cherecter Certificate Online free Assam

How to Make Cherecter Certificate Online free Assam read in assamese language


আ জিৰ এইটো Post অৰ জৰিয়তে আমি জানিব চেষ্টা কৰিম যে কেনেকৈ Online ত Character Certificate বনাব পাৰি।

* প্ৰথমে Visit কৰক https://pledge.cvc.nic.in

* Select as a Citizen

* তাৰ পিছত তলত দেখুওৱা ধৰণৰ এটা form ওলাব তাত আপুনাৰ সকলো তথ্য বিচৰা ধৰণে দিব আৰু Proceed for language select অত Click কৰিব।


Table of Contents

* এতিয়া আৰু এটা নতুন page open হব ইয়াত আপোনাৰ ভাষা select কৰি Read pledge অত click কৰিব।


* ইয়াৰ পিছত নাগৰিকৰ সত্যনিষ্ঠার শপত ভালদৰে পঢ়ি I pledge অত click কৰিব।

* where did you know about this integrity pledge?  ইয়াত আপুনি যিকোনো Option Select কৰিব পাৰে then Submit অত click কৰিব। 

* এতিয়া আপুনি দিয়া নম্বৰত এটা OTP (One Time Password) আহিব সেইটো enter কৰি Submit অত click কৰাৰ লগে লগে আপোনাৰ Character Certificate Generate হৈ যাব।

* এতিয়া আপুনি Download Certificate option অত click কৰি download কৰি লব।

You can also watch the video Tips

Post a Comment