How To Download Voter ID Card Online Assam

How To Download Voter ID Card Online Assam read in assamese language

Friends সকল আজিৰ এইটো পোষ্টত আলোচনা কৰিম কেনেকৈ আপোনাৰ E-voter ID Card ডাউনলোড কৰিব অতি সহজে।

Table of Contents

How to download

Step 1. প্ৰথমতে তলত দিয়া লিংকটোত ক্লিক কৰক। Visit : https://voters.eci.gov.in

Step 2. এতিয় Login/Register ত ক্লিক কৰিলেই আপোনাৰ সন্মুখত এটা নতুন পেজ ওলাব তাত আপুনাৰ যদি ইতিমধ্যে Account বনোৱা আছে তেন্তে আপুনি আপোনাৰ Enter Mobile/Email, Password আৰু Captcha দি Login কৰিব আৰু যদি আপোনাৰ Account নাই তেনেহলে তলত দিয়া Don't have account, Register as a new user. ত ক্লিক কৰি Mobile নম্বৰ অথবা Email address দি Account বনাই লওঁক।

Step 3. Login কৰাৰ পিছত তলত দেখুওৱা ধৰণে E-EPIC Download ত ক্লিক কৰিব।

Step 4Download electronic copy of EPIC Card ত EPIC no.  Select কৰি Enter EPIC no. ত আপোনাৰ Voter ID card অত থকা Voter ID নম্বৰ টো দি Select State ত আপুনি আপোনাৰ state select কৰি Search ত ক্লিক কৰিব।

Step 5. এতিয়া আপোনাৰ সকলো তথ্য ওলাই আহিব অলপ তলত চাব Please authenticate with OTP Verification ত ক্লিক কৰিলেই আপোনাৰ মোবাইলত এটা OTP আহিব OTP টো দি Verify ত ক্লিক কৰক।

Step 6. OTP verification successful  হোৱাৰ পিছত Captcha fill কৰি Download e-EPIC ত ক্লিক কৰিলেই আপোনাৰ Digital E-voter ID Card ডাউনলোড হৈ যাব।

আৰু যদি কিবা সমস্যা থাকে তেন্তে তলৰ বিডিও টো চাওক ধন্যবাদ।

2 comments

  1. Anonymous
    Very good post
    1. admin
      admin
      Thanks