How to link Mobile Number with APDCL Electricity bill in Assam 2023

How to register phone numbers against APDCL consumer number in assam 2023
Welcome friends আজিৰ এইটো পোষ্টত আলোচনা কৰিম কেনেকৈ আপোনাৰ বিদ্যুত বিল আৰু মোবাইল নম্বৰ লিংক কৰিব 2023 বৰ্ষত।

মোবাইল নম্বৰ লিংক নকৰিলে আপুনি Online ত বিদ্যুত বিল Check কৰিব নোৱাৰিব আৰু বিল পৰিশোধ কৰিব নোৱাৰে।

গতিকে তলত উল্লেখ কৰা ধৰণে অতি সহজে আপোনাৰ মোবাইল ফোনেৰে লিংক কৰি লওঁক।


Step 1. প্ৰথমে visit : https://apdcl.org

Step 2. Website open হোৱাৰ পিছত তাত  আপোনাৰ ১২ অংকৰ Consumer No টো দিব লাগিব, Consumer No দিয়াৰ পিছত next option-ত ক্লিক কৰিব। 

Table of Contents

Step 3. এতিয়া আকৌ এটা নতুন পেজ ওলাব তাত আপোনাৰ সকলো ধৰণৰ তথ্য ওলাব তলত image-ত দেখুওৱা ধৰণে।


Step 4. Mobile No box-ত আপোনাৰ মোবাইল নম্বৰটো দিব আৰু তলত থকা Register option-ত ক্লিক কৰক।

Step 5. এতিয়া আপুনি দিয়া নম্বৰত এটা ছয় অংকৰ OTP আহিব OTP টো enter কৰি Verify option-ত ক্লিক কৰিলেই আপোনাৰ মোবাইল নম্বৰটো বিদ্যুত বিলৰ সৈতে লিংক হৈ যাব। 

কিবা সমস্যা তলৰ বিডিও টো চাওক ধন্যবাদ।

Post a Comment