Hello friends welcome to Assam tech support friends সকল আজিৰ এইটো পোষ্টাত আলোচনা কৰিম কেনেকৈ PF অৰ সম্পূৰ্ণ টকা উলিয়াব পাৰি।
প্ৰথমে visit : https://unifiedportal-mem.epfindia.gov.in
Table of Contents
এতিয়া website টো open হোৱাৰ পিছত যদি মোবাইল ফোনেৰে কৰি আছে তেন্তে আপুনি আপোনাৰ Browser অৰ upper right corner অত ক্লিক কৰি Desktop site on কৰি লব। এতিয়া UAN (Universal Account Number) আৰু Password আৰু Captcha দি Login কৰিব।
* এতিয়া menu bar অৰ পৰা Online Services অৰ Under অত থকা CLAIM (FORM-31,19,10C&10D) ত ক্লিক কৰক।
* Bank Account no. (as seeded against UAN) টো দিব আৰু verify ত ক্লিক কৰি yes option select কৰি তলত দিয়া Proceed for Online Claim অত ক্লিক কৰিব।
* এতিয়া I want to apply for অৰ পৰা Select Claim Option অৰ পৰা ONLY PF WITHDRAWAL (FORM-19) click কৰিলে এটা pop up আহিব ইয়াত yes কৰিব।
* তলত দিয়া image-ত উল্লেখ কৰা ধৰণে এটা নতুন পেজ ওলাব তাত আপুনাৰ সকলো তথ্য বিচৰা ধৰণে দি agree box ত ক্লিক কৰি get aadhar OTP ত ক্লিক কৰিব লগে লগে আপোনাৰ মোবাইলত এটা OTP receive হব এতিয়া Just OTP দি Submit Claim option-ত ক্লিক কৰিলেই আপোনাৰ Apply হৈ যাব।