Dear friends আজি কালি প্ৰায় সকলোৰে Passport আছে, কিন্ত আপোনাৰ Passport আৰু Covid 19 Vaccine Certificate লিংক কৰা নাই নেকি তেন্তে এতিয়াই কৰি থওঁক।
প্ৰথমে Click কৰক :- https://selfregistration.cowin.gov.in
Table of Contents
* তলত দেখুওৱা ধৰণে Website টো খোল খোৱাৰ পিছত আপোনাৰ Vaccine অত দিয়া দহ অংকৰ মোবাইল নম্বৰটো দিব আৰু Get OTP ত ক্লিক কৰিব।
OTP দিয়াৰ পাছত Submit option অত ক্লিক কৰাৰ লগে লগে সকলো সদস্যৰ নাম তাত দেখিবলৈ পাব।
* এতিয়া তলত image অত দেখুওৱা ধৰণে Raise an Issue ইয়াত ক্লিক কৰি আকৌ তলত এবাৰ Raise an Issue অত টিপি দিব।
* এতিয়া Raise an Issue অৰ Under অত Third নম্বৰ Option Add Passport Details to my vaccination certificate-ত ক্লিক কৰিব।
* শেষলৈ Add Passport Details অত আপোনাৰ নাম আৰু জন্মদিন দিয়াৰ পাছত তলত দেখুওৱা ধৰণে আপোনাৰ Passport নম্বৰটো দিব।
* এতিয়া মাত্ৰ I agree box অত ক্লিক কৰি Submit Request কৰিলেই আপোনাৰ Passport Link হৈ যাব।